Glorious 60 years of journey- The Assam Bani
আসাম ট্ৰিবিউন গোষ্ঠীৰ পিতৃপুৰুষ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱে যি প্ৰজ্ঞা-আশা-সাহস আৰু অনুপ্ৰেৰণাৰে জাতীয় উত্তৰণৰ লক্ষ্য লৈ 'অসম বাণী'ৰ প্ৰকাশ আৰম্ভ কৰিছিল, তাৰ ছটা দশক সম্পূৰ্ণ হোৱাৰ পথত। ৰাইজে আমাক ঐতিহ্য-পৰম্পৰা অক্ষুন্ন ৰাখি নিজৰ দায়িত্ব-কৰ্তব্য পালন কৰি যাবলৈ যিমানখিনি অনুপ্ৰেৰণা-আশিস দিলে, প্ৰতিদানত অসম বাণীয়ে সৰ্বান্তঃকৰণে বিনম্ৰতাৰে ৰাইজৰ সেৱা কৰিবলৈ নিষ্ঠাৰে চেষ্টা চলাই আহিছে।
read more